ছ'ফ্টৱেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


কম্পিউটাৰ ছ'ফ্টৱেৰ বা ছ'ফ্টৱেৰ হ'ল কম্পিউটাৰে কি কৰিব লাগে সেয়া জনোৱাৰ বাবে ব্যৱহাৰ কৰা ডাটা অথবা কম্পিউটাৰ নিৰ্দেশাৱলীৰ একত্ৰিত সংকলন৷ এয়া ভৌতিক হাৰ্ডৱেৰৰ (কম্পিউটাৰ হাৰ্ডৱেৰ) বিপৰীত৷ ভৌতিক হাৰ্ডৱেৰৰ দ্বাৰাই কম্পিউটাৰ নিৰ্মাণ কৰা হয় ইয়েই প্ৰকৃত কামবোৰ কৰে৷