ছ'ফ্টৱেৰ
Jump to navigation
Jump to search
কম্পিউটাৰ ছ'ফ্টৱেৰ বা ছ'ফ্টৱেৰ হ'ল কম্পিউটাৰে কি কৰিব লাগে সেয়া জনোৱাৰ বাবে ব্যৱহাৰ কৰা ডাটা অথবা কম্পিউটাৰ নিৰ্দেশাৱলীৰ একত্ৰিত সংকলন। এয়া ভৌতিক হাৰ্ডৱেৰৰ (কম্পিউটাৰ হাৰ্ডৱেৰ) বিপৰীত। ভৌতিক হাৰ্ডৱেৰৰ দ্বাৰাই কম্পিউটাৰ নিৰ্মাণ কৰা হয় ইয়েই প্ৰকৃত কামবোৰ কৰে।