ছাঁয়াহীন দিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছাঁয়া শূন্য দিৱসৰ পৰা পুনঃনিৰ্দেশিত)
ছাঁয়াহীন দিৱসৰ দিনত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বস্তুৰ ছাঁ পৰীক্ষণ।

ছাঁয়াহীন দিন বুলিলে উক্ত দিনটোক বুজা যায় যিটো দিনত দুপৰীয়া সময়ত সূৰ্যই কোনো বস্তুৰ ছাঁ সৃষ্টি কৰিব নোৱাৰে, এই সময়ত সূৰ্যোটোৱে নতাংশত অৱস্থান লয়। +২৩.৫ আৰু -২৩.৫ অক্ষাংশ(কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি)ৰ অৱস্থানৰ মাজত বছৰৰ দুটা দিনত এই পৰিঘটনাটো প্ৰত্যক্ষ কৰিব পাৰি। ঠাই বিশেষে তাৰিখ ভিন্ন হয়। এই পৰিঘটনাটো ঘটাৰ সময়ত সূৰ্যৰ বিষুবলম্ব ঠাই এখনৰ অক্ষাংশৰ সৈতে মিলি যায়।[1] শূন্য ছাঁৰ দিনটোত, যেতিয়া সূৰ্যই স্থানীয় দ্ৰাঘিমাৰেখা পাৰ কৰে তেতিয়া সূৰ্যৰ ৰশ্মি বস্তু এটাৰ সম্পূৰ্ণ উলম্ব ভাৱে পৰে ফলত মাটিত বস্তু এটাৰ কোনো ছাঁ প্ৰত্যক্ষ নহয়।[2]

উৰিষ্যাত ২০২১ চনত স্থান ভেদে ২১মে'ৰ পৰা ২ জুন পৰ্যন্ত এই দিনটো প্ৰত্যক্ষ হয়।[3]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Zero Shadow Day" (en-US ভাষাত). ASI POEC. 2017-04-07. https://astron-soc.in/outreach/activities/zero-shadow-day/। আহৰণ কৰা হৈছে: 2019-08-22. 
  2. Newsd (2019-04-24). "Zero Shadow Day 2019: Date, time & know why you cannot see your shadow" (en-US ভাষাত). News and Analysis from India. A Refreshing approach to news.. https://newsd.in/zero-shadow-day-2019-date-time-know-why-you-cannot-see-your-shadow/। আহৰণ কৰা হৈছে: 2019-08-22. 
  3. "Zero Shadow Day". https://www.indiatoday.in/science/story/odisha-witnesses-zero-shadow-day-rare-celestial-phenomenon-1805708-2021-05-22। আহৰণ কৰা হৈছে: 24 মে' 2021.