থমাছ মান
অৱয়ব
(টমাছ মানৰ পৰা পুনঃনিৰ্দেশিত)
থমাছ মান | |
---|---|
জন্ম | ১৮৭৪ জাৰ্মানী |
মৃত্যু | ১৯৫৫ |
থমাছ মান (ইংৰাজী: Thomas Mann) হৈছে এগৰাকী জাৰ্মানী কথাশিল্পী। ১৯ বছৰ বয়সতে তেওঁ মিউনিকৰ বিখ্যাত পত্ৰিকাসমূহত গল্প লিখিছিল। জাৰ্মান সাহিত্য শাখাৰ উপদেষ্টাৰূপে তেওঁক লাইব্ৰেৰী অব কংগ্ৰেছৰ ফেলো নিযুক্তি দিয়া হৈছিল।[1]
জন্ম
[সম্পাদনা কৰক]১৮৭৪ চনৰ ৬ জুন তাৰিখে জাৰ্মানীৰ লুবেক চহৰত থমাছ মানৰ জন্ম হয়।[2]
শিক্ষা
[সম্পাদনা কৰক]থমাছ মানৰ শিক্ষাজীৱন আৰম্ভ হয় লুবেক চহৰতে।[3]১৯ বছৰতে তেওঁ স্কুলীয়া জীৱনৰ পৰিসমাপ্তি ঘটায়।
সাহিত্যৰাজি
[সম্পাদনা কৰক]চুটি গল্প
[সম্পাদনা কৰক]- ১৮৯৪: "গেফলন”
- ১৮৯৬: "লিটল হেৰ ফ্ৰিডেমান" ("ডেৰ ক্লেইন হেৰ ফ্ৰিডেমান")
- ১৮৯৭: "দ্য ক্লাউন" ("ডেৰ বাজাজ্জো")
- ১৮৯৭: "দি ডিলেটেণ্টে"
- ১৮৯৮: "টবিয়াছ মিণ্ডাৰনিকেল"
- ১৮৯৯: "দ্য ৱাৰ্ডৰোব" ("ডেৰ ক্লিডাৰ্শ্ৰেংক")
- ১৯০০: "লুইচেন" ("লিটল লেজি") – ১৮৯৭ চনত লিখা
- ১৯০০: "দ্য ৰোড টু দা চাৰ্চয়াৰ্ড" ("ডেৰ ৱেগ জুম ফ্ৰিডহোফ")
- ১৯০৩: "দ্য হাংৰি"
- ১৯০৩: "দ্য চাইল্ড প্ৰডিজি" ("দাস ৱুণ্ডাৰকিণ্ড")
- ১৯০৪: "এ গ্লেম”
উপন্যাস
[সম্পাদনা কৰক]- ১৯০১: বুডেনব্ৰুকছ (বুডেনব্ৰুকছ – ভাৰ্ফল ইনাৰ ফেমিলি)
- ১৯০৯: ৰয়েল হাইনেছ
- ১৯২৪: দ্য মেজিক মাউণ্টেইন (ডেৰ জাউবাৰবাৰ্গ)
- ১৯৩৯: লোটে ইন ৱেইমাৰ: দ্য প্ৰিয় ৰিটাৰ্ণছ
- ১৯৪৭: ডক্টৰ ফাউষ্টাছ (ডকটৰ ফাউষ্টাছ)
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- থমাছ মানে বাডেনব্ৰকচ গ্ৰন্থৰ বাবে ১৯২৯ চনত সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩১
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০