থমাছ মান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টমাছ মানৰ পৰা পুনঃনিৰ্দেশিত)
থমাছ মান
জন্ম ১৮৭৪
জাৰ্মানী
মৃত্যু ১৯৫৫
Thomas Mann (1937)

থমাছ মান (ইংৰাজী: Thomas Mann) হৈছে এগৰাকী জাৰ্মানী কথাশিল্পী। ১৯ বছৰ বয়সতে তেওঁ মিউনিকৰ বিখ্যাত পত্ৰিকাসমূহত গল্প লিখিছিল। জাৰ্মান সাহিত্য শাখাৰ উপদেষ্টাৰূপে তেওঁক লাইব্ৰেৰী অব কংগ্ৰেছৰ ফেলো নিযুক্তি দিয়া হৈছিল।[1]

জন্ম[সম্পাদনা কৰক]

১৮৭৪ চনৰ ৬ জুন তাৰিখে জাৰ্মানীৰ লুবেক চহৰত থমাছ মানৰ জন্ম হয়।[2]

শিক্ষা[সম্পাদনা কৰক]

থমাছ মানৰ শিক্ষাজীৱন আৰম্ভ হয় লুবেক চহৰতে।[3]১৯ বছৰতে তেওঁ স্কুলীয়া জীৱনৰ পৰিসমাপ্তি ঘটায়।

সাহিত্যৰাজি[সম্পাদনা কৰক]

চুটি গল্প[সম্পাদনা কৰক]

  • ১৮৯৪: "গেফলন”
  • ১৮৯৬: "লিটল হেৰ ফ্ৰিডেমান" ("ডেৰ ক্লেইন হেৰ ফ্ৰিডেমান")
  • ১৮৯৭: "দ্য ক্লাউন" ("ডেৰ বাজাজ্জো")
  • ১৮৯৭: "দি ডিলেটেণ্টে"
  • ১৮৯৮: "টবিয়াছ মিণ্ডাৰনিকেল"
  • ১৮৯৯: "দ্য ৱাৰ্ডৰোব" ("ডেৰ ক্লিডাৰ্শ্ৰেংক")
  • ১৯০০: "লুইচেন" ("লিটল লেজি") – ১৮৯৭ চনত লিখা
  • ১৯০০: "দ্য ৰোড টু দা চাৰ্চয়াৰ্ড" ("ডেৰ ৱেগ জুম ফ্ৰিডহোফ")
  • ১৯০৩: "দ্য হাংৰি"
  • ১৯০৩: "দ্য চাইল্ড প্ৰডিজি" ("দাস ৱুণ্ডাৰকিণ্ড")
  • ১৯০৪: "এ গ্লেম”

উপন্যাস[সম্পাদনা কৰক]

  • ১৯০১: বুডেনব্ৰুকছ (বুডেনব্ৰুকছ – ভাৰ্ফল ইনাৰ ফেমিলি)
  • ১৯০৯: ৰয়েল হাইনেছ
  • ১৯২৪: দ্য মেজিক মাউণ্টেইন (ডেৰ জাউবাৰবাৰ্গ)
  • ১৯৩৯: লোটে ইন ৱেইমাৰ: দ্য প্ৰিয় ৰিটাৰ্ণছ
  • ১৯৪৭: ডক্টৰ ফাউষ্টাছ (ডকটৰ ফাউষ্টাছ)

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • থমাছ মানে বাডেনব্ৰকচ গ্ৰন্থৰ বাবে ১৯২৯ চনত সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰিছিল।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩১
  2. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০
  3. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০
  4. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০