ডি জে খালিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডি:জে খালিদৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


খালিদ মহম্মদ খালিদ (ইংৰাজীKhaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত সংগীতকাৰ, ৰেকৰ্ড লেবেল সঞ্চালক, ৰেডিঅ' ব্যক্তি, ডি:জে আৰু লেখক হয়। তেওক সাধাৰণতে ডি:জে খালিদ বুলি জনা যায়। তেওক আগতে আৰব এটেক নামেৰে জনাজাত আছিল, যদিও পিছত নাম তেও নাম সলনি কৰি ল'লে কাৰণ তেও ওগ্ৰপন্থী লগত কোনো সম্পৰ্ক ৰাখিব বিচৰা নাছিল।

DJ Khaled in 2011

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]