ড্ৰেগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ড্ৰেগ(বস্ত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতীয় সাজ-সজ্জাৰে এগৰাকী ড্ৰেগ

ড্ৰেগ (ইংৰাজী: Drag) শব্দটোৱে পুৰুষত্ব, নাৰীত্ব বা অন্য লিংগীয় অভিব্যক্তিৰ প্ৰকাশ কৰে। ড্ৰেগ কুইন হৈছে কোনো স্ত্ৰী অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে পুৰুষ) আৰু ড্ৰেগ কিং হৈছে কোনো পুৰুষ অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে মহিলা)।[1][2][3] এই শব্দটোক ক্ৰিয়া পদ হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ড্ৰেগ প্ৰদৰ্শনী হৈছে ইয়াৰ বিশেষণ ৰূপ।[4]

ব্যুৎপত্তি[সম্পাদনা কৰক]

ৱাচিংটন ডি.চিৰ হাই হিল ড্ৰেগ প্ৰতিযোগিতাৰ কেইগৰাকীমান অংশগ্ৰহণকাৰী।

"ড্ৰেগ" শব্দটোৱে ১৮৭০ চনৰ ওচৰে পাজৰে লিখিত ৰূপ লাভ কৰে[5][6] যদিও ইয়াৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জনা নাযায়। এটি প্ৰকাশিত মত অনুসৰি ১৯ শতিকাৰ থিয়েটাৰ শ্লেঙেই হৈছে ইয়াৰ ব্যুৎপত্তিগত মূল যি মজিয়াত চুঁ‌চৰি যোৱা দীঘল স্কাৰ্টৰ পৰা উদ্ভৱ হৈছে।[7]"

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. Rupp, Leila J.; Taylor, Verta; Shapiro, Eve Ilana (2010-06-01). "Drag Queens and Drag Kings: The Difference Gender Makes" (en ভাষাত). Sexualities খণ্ড 13 (3): 275–294. doi:10.1177/1363460709352725. ISSN 1363-4607. 
  2. Rupp, Leila J.; Taylor, Verta (2016) (en ভাষাত), Drag Queens and Drag Kings, American Cancer Society, pp. 1–4, doi:10.1002/9781405165518.wbeosd087.pub2, ISBN 978-1-4051-6551-8 
  3. Mitchell, Nicole Phelps, Stef (2018-03-08). "Gender Renegades: Drag Kings Are Too Radical for Prime Time" (en-US ভাষাত). Vogue. https://www.vogue.com/projects/13541679/drag-kings/। আহৰণ কৰা হৈছে: 2020-05-10. 
  4. Abate, Frank R.; Jewell, Elizabeth (2001). The New Oxford American Dictionary. প্ৰকাশক New York: Oxford University Press. পৃষ্ঠা. 515. ISBN 978-0-19-511227-6. OCLC 959495250. 
  5. Oxford English Dictionary 2012 (Online version of 1989 2nd. Edition) Accessed 11 April 2012
  6. 'I know what "in drag" means; it is the slang for going about in women's clothes.': The Times (London), 30 May 1870, p. 13, "The Men in Women's Clothes'
  7. [1] Online Etymology Dictionary: Drag