সমললৈ যাওক

নিউয়ৰ্ক মহানগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নিউয়ৰ্ক চিটিৰ পৰা পুনঃনিৰ্দেশিত)
নিউয়ৰ্ক মহানগৰ
মহানগৰ
নিউয়ৰ্ক মহানগৰৰ পতাকা
নিউয়ৰ্ক মহানগৰৰ আনুষ্ঠানিক মোহৰ
নিউয়ৰ্ক মহানগৰৰ অৱস্থান
স্থাপিত ১৬২৪
নিউয়ৰ্ক পৌৰনিগম ১৮৯৮
চৰকাৰ
  ধৰণ পৌৰনিগম
  মেয়ৰ জোহৰান মামদানি
কালি
  সৰ্বমুঠ
৪৬৮.৫ বৰ্গমাইল (১,২১৩ বৰ্গকিমি)
  ভূমি ৩০২.৬ বৰ্গমাইল (৭৮৪ বৰ্গকিমি)
  পানী ১৬৫.৮ বৰ্গমাইল (৪২৯ বৰ্গকিমি)
  মেট্ৰ’
১৩,৩১৮ বৰ্গমাইল (৩৪,৪৯০ বৰ্গকিমি)
উচ্চতা ৩৩ ফুট (১০ মিটাৰ)
জনসংখ্যা
  আনুমানিক 
(২০১৩)
৮৪০৫৮৩৭[5]
  স্থান ১ম (আমেৰিকা যুক্তৰাষ্ট্ৰত)
  ঘনত্ব ২৭৫৫০/বৰ্গমাইল (১০,৬৪০/বৰ্গকিমি)
  মেট্ৰ’
1,99,89,802
  CSA
2,33,62,099

নিউয়ৰ্ক মহানগৰ (ইংৰাজী: New York City; সংক্ষেপে NYC বা এন ৱাই চি) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ (৩০২.৬ বৰ্গ মাইল) মাটিকালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক জনবসতীপূৰ্ণ আৰু সৰ্বাধিক জনঘনত্বৰ চহৰ।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. the Mayor, New York City Office of (January 8, 2010). "Biography". New York, City of. Archived from the original on March 17, 2010. https://web.archive.org/web/20100317115700/http://www.nyc.gov/portal/site/nycgov/menuitem.e985cf5219821bc3f7393cd401c789a0 আহৰণ কৰা হৈছে: January 8, 2010.
  2. "US Gazetteer files: 2010, 2000, and 1990". United States Census Bureau. 2011-02-12. http://www.census.gov/geo/www/gazetteer/gazette.html আহৰণ কৰা হৈছে: 2011-04-23.
  3. "US Board on Geographic Names". United States Geological Survey. 2007-10-25. http://geonames.usgs.gov আহৰণ কৰা হৈছে: 2008-01-31.
  4. "American FactFinder". United States Census Bureau. http://factfinder.census.gov আহৰণ কৰা হৈছে: 2008-01-31.
  5. Michael Howard Saul (March 27, 2014). "New York City Population Hits Record High". The Wall Street Journal. http://blogs.wsj.com/metropolis/2014/03/27/new-york-city-population-hits-record-high/ আহৰণ কৰা হৈছে: March 27, 2014.
  6. Mike Maciag (October 2, 2013). "Mapping the Nation's Most Densely Populated Cities". Governing – The States and Localities. Archived from the original on August 27, 2016. https://web.archive.org/web/20160827080100/http://www.governing.com/blogs/by-the-numbers/most-densely-populated-cities-data-map.html আহৰণ কৰা হৈছে: August 27, 2016.

১৬৬৪ চনত নিউয়ৰ্কৰ নাম ডিউক অৱ য়ৰ্ক (পিছলৈ ইংলেণ্ডৰ ৰজা দ্বিতীয় জেমছ)ৰ সন্মানত ৰখা হৈছিল।[1] জেমছৰ জ্যেষ্ঠ-ভাতৃ, ৰজা দ্বিতীয় চাৰ্লছে , তেওঁক নিউ আম্ষ্টাৰডাম চহৰকে ধৰি নিউ নেডাৰলেণ্ডৰ পূৰ্বৰ ভূখণ্ডৰ স্বত্বাধিকাৰী হিচাপে নিযুক্তি দিছিল যেতিয়া ইংলেণ্ড সাম্ৰাজ্যই ডাচ্চসকলৰ নিয়ন্ত্ৰণৰ পৰা ইয়াক জব্দ কৰিছিল।[2] নিউ নেদাৰলেণ্ডক (বৰ্তমান নিউয়ৰ্কত অৱস্থিত) নিউয়ৰ্ক প্ৰদেশ বুলি পুনৰ নামকৰণ কৰা হৈছিল।[3]