পশুকামিতা
অৱয়ব
পশুকামিতা ( ইংৰাজী: Zoophilia) বা পাশ্বাচাৰ (ইংৰাজী: Bestiality) হৈছে মানুহ আৰু প্ৰাণীৰ মাজত আন্তঃপ্ৰজাতি-যৌন কাৰ্য্যকলাপ। কিন্তু কিছুমান গৱেষকে আকৰ্ষণ (পশুকামিতা) আৰু যৌনক্ৰিয়া (পাশ্বাচাৰ)ৰ মাজত বিভাজন ৰেখা তৈয়াৰ কৰিছে।[1] যদিও কিছুমান দেশত জীৱ-জন্তুৰ সৈতে সংগম নিষিদ্ধ নহয়, তথাপিও বেছিভাগ দেশতে পশু নিৰ্যাতন, পায়ুকামিতা বা প্ৰকৃতি বিৰোধী পাশ্বাচাৰ আইন মতে অবৈধ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ranger, R.; Fedoroff, P. (2014). Commentary: Zoophilia and the Law. 42. pp. 421–426. PMID 25492067. http://www.jaapl.org/content/42/4/421.full.