সদস্য:Pankaj Jyoti Mahanta/প্ৰখ্যাত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ অসমীয়া নাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

Union Public Service Commission (UPSC) - সংঘ লোকসেৱা আয়োগ।

University Grants Commission (UGC) - বিশ্ববিদ্যালয় অনুদান আয়োগ।

Council of Scientific and Industrial Research (CSIR) - বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ।

Human Resources Development Group (HRDG) - মানৱ সম্পদ উন্নয়ন গোট।

Science and Engineering Research Council (SERC) - বিজ্ঞান আৰু কাৰিকৰী গৱেষণা পৰিষদ।

Indian Academy of Sciences (IAS) - ভাৰতীয় বিজ্ঞান অকাডেমী।

Tata Institute of Social Sciences (TISS) - টাটা সমাজ-বিজ্ঞান প্ৰতিষ্ঠান।

Technology Information, Forecasting and Assessment Council (TIFAC) – প্ৰযুক্তি তথ্য, পূৰ্বানুমান আৰু মূল্যায়ন পৰিষদ।

Indian Institute of Management (IIM) - ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান।

Indian Space Research Organisation (ISRO) - ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।

Department of Science and Technology (DST) - বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ।

Indian National Science Academy (INSA) – ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান অকাডেমী।

Forest Research Institute – বন গৱেষণা প্ৰতিষ্ঠান।

Indian Council of Forestry Research and Education – ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ।

Tata Energy Research Institute (TERI) – টাটা শক্তি গৱেষণা প্ৰতিষ্ঠান।

United Nations Educational, Scientific and Cultural Organization (UNESCO) - ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা।

World Health Organization (WHO) - বিশ্ব স্বাস্থ্য সংন্থা।

(Homi Bhabha Centre for Science Education (HBCSE) - হোমি ভাবা বিজ্ঞান শিক্ষা কেন্দ্ৰ।

Defence Research and Development Organization (DRDO) - প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা।

North-East Institute of Science & Technology (NEIST) - উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান।

Keshava Deva Malaviya Institute of Petroleum Exploration (KDMIPE) - কেশৱ দেৱ মালব্য পেট্ৰ'লিয়াম অনুসন্ধান প্ৰতিষ্ঠান।

Assam Rajiv Gandhi University of Co-operative Management (ARGUCOM) - সমৱায় ব্যৱস্থাপনাৰ অসম ৰাজীৱ গান্ধী মহাবিদ্যালয়।

North Eastern Hill University (NEHU) - উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়।

Indian Institutes of Technology (IIT) - ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান।

National Institutes of Technology (NIT) - জাতীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্ঠান ।

Indian Association for Cultivation of Science (IACS) -

Indian Institute of Forest Management –

Chennai Mathematical Institute -

The Institute of Mathematical Sciences, Chennai -

Indian Institute of Space Science and Technology (IIST) - ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ।