খ (বঙালী)
অৱয়ব
(বঙালী আখৰ খৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে খ চাওক।
খ (বঙালী লিপিত খ, আই-পি-এ:/kʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ খ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
[সম্পাদনা কৰক]আ-- খা
ই-- খি
ঈ-- খী
উ-- খু
ঊ-- খূ
ঋ-- খৃ
এ-- খে
ঐ-- খৈ
ও-- খো
ঔ-- খৌ
"খ"ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- খেল
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি