বাৰ্তা:ওজাপালি
অৱয়ব
তথ্য সূত্ৰত ৰেফাৰেন্সৰ উল্লেখ আছে। উদ্দীপতালুকদাৰ 14:22, 25 ফেব্ৰুৱাৰী 2012 (UTC)
- হয়, দেখিছো, কিন্তু গঠন পক্ৰিয়াটো ঠিক কৰিব লাগিব| অৰ্থাত্ কোন ঠাইত কোনটো উত্স সেয়া দিয়া হোৱা নাই| আৰু দুটামান উত্স দিব পাৰিলে ভাল হয় লগতে| বিষ্ণু শইকীয়া বাৰ্তা 14:53, 25 ফেব্ৰুৱাৰী 2012 (UTC)
- এনেকুৱা প্ৰবন্ধত refimprove বা more footnotes জাননীহে লগাব লাগে। গীতাৰ্থ বৰদলৈ 18:15, 25 ফেব্ৰুৱাৰী 2012 (UTC)
- ৰেফাৰেঞ্চৰ ৰূপত যোগ কৰা হ’ল| এতিয়া চাই লৈ কোৱাচোন বাৰু? ৰেফাৰেঞ্চটো মই ক’ত দিম? উপাই নাপাই শেষতে লগাই থলো| এনেকুৱা ৰেফাৰেঞ্চ দিলে অসুবিধা হয়| সেয়ে নাই বুলি লিখা হৈছিল| বিষ্ণু শইকীয়া বাৰ্তা 19:13, 25 ফেব্ৰুৱাৰী 2012 (UTC)
ওজাপালিৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ওজাপালিক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।