সমললৈ যাওক

বাৰ্তা:চাওদাং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:চাওদাং জনগোষ্ঠীৰ পৰা পুনঃনিৰ্দেশিত)

চাওদাং (ফৈদ)

[সম্পাদনা কৰক]

উন্নত মানৰ টাই বুৰঞ্জী উৎস অনুসৰি চাওদাং আহোম জনগোষ্ঠীৰ এটা ফৈদ যি ৰাজধানী চহৰত পহৰা দিছিল আৰু দোষীক শাস্তি দিয়াৰ দায়িত্বত আছিল। ইয়াত ফেচবুক গ্ৰুপৰ উৎস দি পৃথক জনগোষ্ঠী বুলি লিখা হৈছে। উৎস সংযোগ কৰি উপাধি / পদবীৰ পৃষ্ঠালৈ সলনি কৰিব খুজিছোঁ। কাৰোবাৰ মতামত থাকিলে জনাব। খিলঞ্জীত বাৰ্তা 13:59, 26 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক