বাৰ্তা:পশ্চিমবঙ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মই ভাবো, প্রবন্ধটো তলত দিয়া ধৰণে লিখিলে ভাল হ'ব:

ইতিহাস[সম্পাদনা কৰক]

... প্রাচীন কালৰপৰা আৰম্ভ কৰি পলাশী যুদ্ধলৈকে থুলমূলকৈ...বৈষ্ণব আন্দোলন,শ্রী চৈতন্য....


ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়[সম্পাদনা কৰক]

আচলতে পশ্চিমবংগৰ ইতিহাস বুলি এটা বেলেগ প্রবন্ধই লিখিব পাৰি। কোম্পানীৰ সময়টো পশ্চিমবংগৰ সোণালি যুগ। ভাৰতীয় জাতীয় চেতনাৰ উন্মেষ ঘটিছিল ইয়াতে। এই কথাটোৰ বিশেষ গুৰুত্ব আছে।

কলিকতাৰ স্থাপন আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব[সম্পাদনা কৰক]

..... পশ্চিমীয়া শিক্ষাৰ প্রসাৰ, প্রগতিকামী চিন্তাৰ উথ্থান ... ব্ৰা্হ্মসমাজ.....স্বামী বিবেকানন্দ.....ঋষি অৰবিন্দ....শৰৎচন্দ্র

..... কলেৰা মহামাৰী.....

= বৃটিচ ৰাজ আৰু ভাৰতৰ স্বাধীনতা আন্দোলন[সম্পাদনা কৰক]

জাতীয় চেতনাৰ উথ্থান

....বংকিমচন্দ্র, ৰবিন্দ্রনাথ......

....লাল-বাল-পাল.....

....সুভাস বসু....

..... দুৰ্ভিক্ষ .....

.... গ্রুপিং আৰু বংগভংগ .....অসম বাংলাদেশৰ লগত চামিল কৰাৰ কথা আছিল, গোপীনাথ বৰদলৈয়ে নিদিলে....

==== দেশ বিভাজন আৰু স্বাধীনোত্তৰ কাল ....


...... নোৱাখালি, মহাত্মা গান্ধীৰ অনশন, তিনবিঘা কৰিড'ৰ ....


বাংলাদেশৰ মুক্তিযুদ্ধ[সম্পাদনা কৰক]

..............বাংলাদেশীয় প্রব্রজন ...... (বাংলাদেশী সমস্যা আচলতে ইয়াত অসমতকৈও বেচি।)


প্রভাকৰ শৰ্মা নেওগ 00:23, 9 ডিচেম্বৰ 2011 (UTC)