বাৰ্তা:ব্ৰহ্মপুত্ৰ নদ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ব্ৰহ্মপুত্ৰৰ পৰা পুনঃনিৰ্দেশিত)

তিন নম্বৰ ফটো খনৰ তলৰ বাক্যশাৰী বুজি পোৱা নাই | 'ব্ৰহ্মপুত্ৰৰ বুকুত এজন নাৱৰীয়া' এনে হ'লে ভাল আছিল নেকি | ভাবি ছাবছোন| (Anjal Borah ০২:৩৩, ২৯ May ২০০৭ (UTC))

ব্ৰহ্মপুত্ৰ সম্পাদনা[সম্পাদনা কৰক]

প্ৰৱন্ধটো অসমকেন্দ্ৰিক হৈছে | বেছি তথ্যপূৰ্ণ হোৱা নাই | অধিক সম্পাদনাৰ প্ৰয়োজন আছে | Gitartha.bordoloi ২০:০৭, ১৩ জুলাই ২০১১ (UTC)

ব্ৰহ্মপুত্ৰ নদ নে নদী[সম্পাদনা কৰক]

দুয়োটা সমৰ্থক বুলি লিখা আছে| নদ আৰু নদী জানো একেই?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:57, 7 এপ্ৰিল 2012 (UTC)

ব্রহ্মপুত্র নদ, ভাৰতৰ একমাত্র পুৰুষ নদী। ইয়াত সন্দেহৰ থল নাই। প্রভাকৰ শৰ্মা নেওগ (talk) 03:22, 25 এপ্ৰিল 2012 (UTC)