বাৰ্তা:ৰঙিয়া জংচন ৰেল ষ্টেচন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ৰঙিয়া ৰেল জংচনৰ পৰা পুনঃনিৰ্দেশিত)

ৰঙিয়া ৰেল ষ্টেচনক এগৰাকী সদস্যই ৰঙিয়া ৰেল জংচনলৈ ৰি-ডাইৰেক্ট কৰা পৰিলক্ষিত হৈছে। আচলতে প্ৰথমটোহে শুদ্ধ। ৰঙিয়া এটা জংচন ষ্টেচনহে। ইংৰাজী প্ৰবন্ধবোৰত জংচন বা জংচন নোহোৱা সকলোবোৰ ষ্টেচনকে Rail station বুলিহে লিখা হৈছে, Rail junction বুলি নহয়। অসমীয়াকে ধৰি সকলো ৱিকিয়ে ইংৰাজী ৱিকিক অনুসৰণ কৰে। অসমীয়া ৱিকিৰ ৰেল ষ্টেচন সম্পৰ্কীয় সকলোবোৰ পৃষ্ঠা যেনে নিউ বঙাইগাঁও ৰেল জংচন, মৰিয়নি ৰেল জংচন আদিক 'ৰেল ষ্টেচন'লৈ ৰি-ডাইৰেক্ট কৰিবলগীয়া হৈ আছে।

বাবুল বৈশ্য 08:00, 5 মে' 2014 (UTC)