ইণ্টাৰনেট মুভি ডাটাবেছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ r2.7.2+) (ৰবট যোগ দিছে :sco:Internet Movie Database |
Bishnu Saikia (আলোচনা | বৰঙণি) অ শ্ৰেণী:বোলছবি বিলোপ কৰা হ’ল; শ্ৰেণী:চলচ্চিত্ৰ যোগ কৰা হ’ল হটকেট ব্যৱহাৰৰ জৰিয়তে |
||
30 নং শাৰী: | 30 নং শাৰী: | ||
[[শ্ৰেণী:ৱেবছাইট]] |
[[শ্ৰেণী:ৱেবছাইট]] |
||
[[শ্ৰেণী: |
[[শ্ৰেণী:চলচ্চিত্ৰ]] |
||
[[af:Internet-rolprentdatabasis]] |
[[af:Internet-rolprentdatabasis]] |
18:06, 2 November 2012ৰ সংস্কৰণ
ইণ্টাৰনেট মুভি ডাটাবেছ (আইএমডিবি) | |
---|---|
চিত্ৰ:IMDb logo.png soft2i | |
ইউ আৰ এল | imdb.com |
বাণিজ্যক | হয় |
প্ৰকাৰ | টেলিভিজন, ভিডিঅ’ গেম আৰু চলচ্চিত্ৰৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল |
পঞ্জীয়ন | ঐচ্ছিক (কিছুমান কামৰ বাবে প্ৰয়োজন)[1] |
ভাষা | ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছী es-us |
স্বত্বাধিকাৰী | এমাজন ডট কম |
সৃষ্টিকৰ্তা | কোল নীধাম |
মুকলি | ১৭ অক্টোবৰ, ১৯৯০ |
এলেক্সা স্থান | ৩৭ (জানুৱাৰী ২০১২)[2] |
বৰ্তমান স্থিতি | সক্ৰিয় |
ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছী ভাষাত উপলব্ধ এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[3]
তথ্যসূত্ৰ
- ↑ register-imdb
- ↑ "Imdb.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/imdb.com। আহৰণ কৰা হৈছে: 2012-01-02.
- ↑ "News Release". PR Newswire Europe Ltd.. http://www.prnewswire.co.uk/cgi/news/release?id=37602। আহৰণ কৰা হৈছে: 2007-01-15.
বহিঃসংযোগ
- ইণ্টাৰনেট মুভি ডাটাবেছ - আধিকাৰীক ৱেবছাইট
- ইণ্টাৰনেট মুভি ডাটাবেছ - মোবাইল সংস্কৰণ
- Do You IMDb? - L.A. Weekly
- IMDb ব্যৱহাৰকাৰীৰ দ্বাৰা ভোট লাভ কৰা শিৰ্ষৰ ২৫০ খন চলচ্চিত্ৰ
- IMDb ব্যৱহাৰকাৰীৰ দ্বাৰা আটাইটকৈ কম ভোট লাভ কৰা ২৫০ খন চলচ্চিত্ৰ