ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা |
||
144 নং শাৰী: | 144 নং শাৰী: | ||
| জানুৱাৰী ২০০৬ || ১০,০৩৪,৮৩০ || |
| জানুৱাৰী ২০০৬ || ১০,০৩৪,৮৩০ || |
||
|} |
|} |
||
[[चित्र:Aya_sofya.jpg|thumb|left| জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়]] |
12:31, 12 November 2015ৰ সংস্কৰণ
ইষ্টানবুল | |
---|---|
Istanbul collage 5j.jpg | |
ভৌগোলিক স্থানাংক: 41°01′N 28°58′E / 41.017°N 28.967°E | |
ৰাষ্ট্ৰ | তুৰস্ক |
অঞ্চল | মাৰমৰা অঞ্চল |
প্রদেশ | ইষ্টানবুল |
প্ৰতিষ্ঠাকাল | খ্ৰীষ্টপূৰ্ব ৬৬৭ |
উচমানীয় সাম্ৰাজ্যৰ সময় | ১৪৫৩ |
তুৰ্কী প্রতিষ্ঠাৰ পিছত | ১৯২৩ চনত কন্সটান্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয় |
জিলা | ২৭ |
চৰকাৰ | |
- মেয়ৰ | কাদিৰ তোপবাচ (সাঁচ:Polparty) |
মাটিকালি | |
- মুঠ | ১,৮৩০.৯২ কি.মি.২ (৭০৬.৯ বৰ্গ মাইল) |
উচ্চতা | ১০০ মিটাৰ (৩২৮.০৮ ফুট) |
জনসংখ্যা (২০০৯)[1] | |
- মুঠ | ১,২৭,৮২,৯৬০ জন |
- জনঘনত্ব | ৬,২১১ প্ৰতি বৰ্গ কি.মি. (১৬,০৮৬.৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ইইটি (গ্ৰী.মা.স.+২) |
- গ্ৰীষ্ম (দি স স) | ইইএচটি (গ্ৰী.মা.স.+৩) |
পিন কোড | ৩৪০১০ৰ পৰা ৩৪৮৫০লৈ আৰু ৮০০০০ৰ পৰা ৮১৮০০ লৈ |
অঞ্চল কোড | (+৯০) ২১২ (ইউৰোপীয় অঞ্চলত) (+৯০) ২১৬ (এছিয়া অঞ্চলত) |
ৱেবছাইট | Istanbul Portal |
ইষ্টানবুলৰ ঐতিহাসিক অঞ্চল | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | তুৰস্ক |
ধৰণ | Cultural |
মাপকাঠি | I, II, III, IV |
উদ্ধৃতি | 356 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | Europe and Asia |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | 1985 (9th অধিবেশন) |
ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্বুল্) তুৰ্কীৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটান্টিনোপল। ইয়াৰোপৰি ই বাইজান্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।
জনসংখ্যা
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে । অনুমানিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।
চন | জনসংখ্যা | |
---|---|---|
৩৩০ | ৪০,০০০ | |
৪৪০ | ৫,০০,০০০ | |
৫৩০ | ৫,৫০,০০০ | |
৫৪৫ | ৩,৫০,০০০ | |
৭১৫ | ৩,০০,০০০ | |
৯৫০ | ৪,০০,০০০ | |
১২০০ | ১৫০,০০০ | |
১৪৫৩ | ৩৬,০০০ | |
১৪৭৭ | ৭৫,০০০ | |
১৫৬৬ | ৬০০,০০০ | |
১৮১৭ | ৫০০,০০০ | |
১৮৬০ | ৭১৫,০০০ | |
১৮৮৫ | ৮৭৩,৫৭০ | |
১৮৯০ | ৮৪০,০০০ | |
১৮৯৭ | ১,০৫৯,০০০ | |
১৯০১ | ৯৪২,৯০০ | |
১৯১৪ | ৯০৯,৯৭৮ | |
অক্টোবৰ ১৯২৭ | ৬৮০,৮৫৭ | |
অক্টোবৰ ১৯৩৫ | ৭৪১,১৪৮ | |
অক্টোবৰ ১৯৪০ | ৭৯৩,৯৪৯ | |
অক্টোবৰ ১৯৪৫ | ৮৬০,৫৫৮ | |
অক্টোবৰ ১৯৫০ | ৯৮৩,০৪১ | |
অক্টোবৰ ১৯৫৫ | ১,২৬৮,৭৭১ | |
অক্টোবৰ ১৯৬০ | ১,৪৩৬,৫৩৫ | |
অক্টোবৰ ১৯৬৫ | ১,৭৪২,৯৭৮ | |
অক্টোবৰ ১৯৭০ | ২,১৩২,৪০৭ | |
অক্টোবৰ ১৯৭৫ | ২,৫৪৭,৩৬৪ | |
অক্টোবৰ ১৯৮০ | ২,৭৭২,৭০৮ | |
অক্টোবৰ ১৯৮৫ | ৫,৪৭৫,৯৮২ | |
অক্টোবৰ ১৯৯০ | ৬,৬২০,২৪০ | |
নবেম্বৰ ১৯৯৭ | ৮,২৬০,৪৩৭ | |
অক্টোবৰ ২০০০ | ৮,৮০৩,৪৬০ | |
জানুৱাৰী ২০০৫ | ৯,৭৯৭,৫৩৬ | |
জানুৱাৰী ২০০৬ | ১০,০৩৪,৮৩০ |