জ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :tr:Kiriş (geometri)
r2.7.3) (ৰবট যোগ দিছে :be:Хорда, геаметрыя
14 নং শাৰী: 14 নং শাৰী:
[[ar:وتر الدائرة]]
[[ar:وتر الدائرة]]
[[az:Vətər]]
[[az:Vətər]]
[[be:Хорда, геаметрыя]]
[[bg:Хорда]]
[[bg:Хорда]]
[[bn:জ্যা]]
[[bn:জ্যা]]

01:24, 17 August 2012ৰ সংস্কৰণ

জ্যা হৈছে কোনো বক্ৰ ৰেখাৰ জ্যামিতিক ৰেখাৰ অংশ যাৰ প্ৰান্তবিন্দু দুটা বক্ৰৰেখাৰ ওপৰত অৱস্থিত।

ৰঙা ৰঙৰ ৰেখাদালে ’জ্যা' সূচাইছে

বৃত্তৰ জ্যা

বৃত্তৰ জ্যাৰ নিন্মোক্ত বৈশিষ্ট্যবোৰ আছে‌‌‌:-

  1. সমান সমান জ্যা কেন্দ্ৰৰ পৰা সমান দূৰত অৱস্থান কৰে।
  2. বৃত্তত সকলোতকৈ দীৰ্ঘতম জ্যাদাল কেন্দ্ৰগামী হয়।