ইণ্টাৰনেট মুভি ডাটাবেছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.2+) (ৰবট পৰিবৰ্তন কৰিছে: th:อินเทอร์เน็ตมูวีเดตาเบส
r2.7.2+) (ৰবট যোগ দিছে :sco:Internet Movie Database
90 নং শাৰী: 90 নং শাৰী:
[[sah:Internet Movie Database]]
[[sah:Internet Movie Database]]
[[scn:Internet Movie Database]]
[[scn:Internet Movie Database]]
[[sco:Internet Movie Database]]
[[sh:Internet Movie Database]]
[[sh:Internet Movie Database]]
[[simple:Internet Movie Database]]
[[simple:Internet Movie Database]]

01:01, 20 September 2012ৰ সংস্কৰণ

ইণ্টাৰনেট মুভি ডাটাবেছ (আইএমডিবি)
চিত্ৰ:IMDb logo.png soft2i
ইউ আৰ এল imdb.com
বাণিজ্যক হয়
প্ৰকাৰ টেলিভিজন, ভিডিঅ’ গেম আৰু চলচ্চিত্ৰৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল
পঞ্জীয়ন ঐচ্ছিক (কিছুমান কামৰ বাবে প্ৰয়োজন)[1]
ভাষা ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছী es-us
স্বত্বাধিকাৰী এমাজন ডট কম
সৃষ্টিকৰ্তা কোল নীধাম
মুকলি ১৭ অক্টোবৰ, ১৯৯০
এলেক্সা স্থান বৃদ্ধি ৩৭ (জানুৱাৰী ২০১২)[2]
বৰ্তমান স্থিতি সক্ৰিয়

ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছী ভাষাত উপলব্ধ এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[3]

তথ্যসূত্ৰ

  1. register-imdb
  2. "Imdb.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/imdb.com। আহৰণ কৰা হৈছে: 2012-01-02. 
  3. "News Release". PR Newswire Europe Ltd.. http://www.prnewswire.co.uk/cgi/news/release?id=37602। আহৰণ কৰা হৈছে: 2007-01-15. 

বহিঃসংযোগ