বৰ্ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
(বৰ্ণৰ পৰা পুনঃনিৰ্দেশিত)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। বৰ্ণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- বৰ্ণ (বৰ্ণমালা), লিখন পদ্ধতিত অৰ্থ প্ৰকাশক চিহ্ন
- বৰ্ণ বা ৰং, মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম
- বৰ্ণ বা জাতি, ভাৰতীয় উপমহাদেশত একে খিতাপ, জীৱিকা বা আৰ্থিক স্থিতিৰ মানুহৰ এটা সামাজিক গোট
- বৰ্ণভেদ প্ৰথা, ভাৰতীয় উপমহাদেশত প্ৰচলিত জাতিভেদ প্ৰথা
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |