মানিক সাহা
অৱয়ব
মাণিক সাহা (ইংৰাজী: Manik Saha; জন্ম: ৮ জানুৱাৰী ১৯৫৩) এজন ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ত্ৰিপুৰাৰ বৰ্তমান আৰু একাদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেখেতে ১৯৫৩ চনৰ ৮ জানুৱাৰীত মাখন লাল সাহা আৰু প্ৰিয়াবালা সাহাৰ ঘৰত জন্মগ্ৰহণ কৰে।[2][3]তদুপৰি, বিহাৰৰ পাটনাৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় আৰু লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল কলেজৰ পৰা বিডিএছ আৰু এমডিএছ ডিগ্ৰী লাভ কৰে। তেখেতৰ সহধৰ্মিনীৰ নাম হৈছে শ্ৰীমতী স্বপ্না সাহা।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Who is Manik Saha, the new chief minister of Tripura". Times of India. 14 May 2022. https://timesofindia.indiatimes.com/india/who-is-manik-saha-new-chief-minister-of-tripura/articleshow/91564514.cms.
- ↑ 2.0 2.1 "Shri Manik Saha| National Portal of India". www.india.gov.in. https://www.india.gov.in/my-government/indian-parliament/shri-manik-saha। আহৰণ কৰা হৈছে: 14 May 2022.
- ↑ "कौन हैं त्रिपुरा के नए CM डॉ. माणिक साहा: डेंटिस्ट से राजनेता बने, 7 साल पहले कांग्रेस को छोड़ भाजपा में आए". TV9 Bharatvarsh. 14 May 2022. https://www.tv9hindi.com/knowledge/who-is-dr-manik-saha-new-cm-of-tripura-all-you-need-to-know-au256-1232052.html.