লিটল মাৰ্মেইড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Stories from Hans Andersen - Edmund Dulac color plate at page 189.jpg

লিটল মাৰ্মেইড (ডেনিছ: Den lille havfrue, ইংৰাজী: The little mermaid) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা।