শংকৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
(শ্ৰীমন্ত শঙ্কৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ পৰা পুনঃনিৰ্দেশিত)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। শংকৰদেৱ বুলিলে মূলতঃ অসমৰ এগৰাকী মহাপুৰুষ আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকজনকে বুজায়। শংকৰদেৱ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- অনুষ্ঠান-প্ৰতিষ্ঠান
- শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত অৱস্থিত অসমীয়া কলা-সংস্কৃতিৰ সংগ্ৰহালয়
- শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, অসমৰ গুৱাহাটী অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, অসমৰ নগাঁওত অৱস্থিত এখন বিশ্ববিদ্যালয়
- শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সঞ্চালিত এক শ্ৰেণীৰ বিদ্যালয়
- চলচ্চিত্ৰ
- শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ), সূৰ্য কান্ত হাজৰিকাৰদ্বাৰা পৰিচালিত চলচ্চিত্ৰ
- সৰ্বগুণাকাৰ শ্ৰীমন্ত শংকৰদেৱ, মঞ্জু বৰাৰদ্বাৰা পৰিচালিত এখন এনিমেছন চলচ্চিত্ৰ
- বঁটা
- শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা বঁটা
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |