শংকৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
(শ্ৰীমন্ত শঙ্কৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ পৰা পুনঃনিৰ্দেশিত)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। শংকৰদেৱ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- ব্যক্তি
- শংকৰদেৱ, অসমৰ এগৰাকী মহাপুৰুষ আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক।
- অনুষ্ঠান-প্ৰতিষ্ঠান
- শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত অৱস্থিত অসমীয়া কলা-সংস্কৃতিৰ সংগ্ৰহালয়
- শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, অসমৰ গুৱাহাটী অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, অসমৰ নগাঁওত অৱস্থিত এখন বিশ্ববিদ্যালয়
- শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সঞ্চালিত এক শ্ৰেণীৰ বিদ্যালয়
- চলচ্চিত্ৰ
- শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ), সূৰ্য কান্ত হাজৰিকাৰদ্বাৰা পৰিচালিত চলচ্চিত্ৰ
- সৰ্বগুণাকাৰ শ্ৰীমন্ত শংকৰদেৱ, মঞ্জু বৰাৰদ্বাৰা পৰিচালিত এখন এনিমেছন চলচ্চিত্ৰ
- বঁটা
- শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা বঁটা
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |