সদস্য:অজয় দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

"Knowledge is only potential power - Napoleon Hill
"One thing only I know, and that is that I know nothing" - Socrates 480px

Saraswati.jpg

480px

নমস্কাৰ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ নাম অজয় দাস । মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ মাইজান পথ, পল্টন বজাৰত। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও। লগতে ইংৰাজী, বাংলা আৰু হিন্দী ৱিকিপেডিয়াটো অলপ কাম কৰোঁ। তদুপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি ডাটা, ৱিকি কমন্স, মেটা আদিতো সৰু-সুৰা কাম কৰোঁ।
চিৰ চেনেহী মোৰ ভাষা জননী

User:অজয়_দাস   মই লাভ কৰা বঁটা   মোৰ সদস্য বাৰ্তা পৃষ্ঠা    
অজয় দাস
নাম অজয় দাস
জন্ম দিন ১৩ এপ্ৰিল, ১৯৯৫
জন্ম স্থান ডিব্ৰুগড়
বৰ্তমানৰ ঠিকনা যোৰহাট
জাতীয়তা ভাৰতীয়ভাৰত
যোগাযোগ
ই-মেইল ajay95aj@gmail.com
ফেচবুক অজয় দাস


মোৰ বৰঙণি   মই সৃষ্টি কৰা প্ৰবন্ধ   মোৰ ইংৰাজী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা    
১৯৯৫ চনৰ ১৩ এপ্ৰিল তাৰিখে ডিব্ৰুগড় জিলাঅসম চিকিৎসা মহাবিদ্যালয়ত মোৰ জন্ম হৈছিল। তাৰ পিছত মই ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত পল্টন বজাৰ প্ৰথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। আজৰি সময়ত মই কিতাপ পঢ়ি আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সংস্কৃতি, জীৱবিজ্ঞান, ইতিহাস, ধৰ্ম, কলা, সংগীত, জ্যোতিৰ্বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানত মোৰ ৰাপ আছে।

পৰিয়াল
আমাৰ পৰিয়ালত মা, দেউতা মই আৰু মোৰ এজনী ভন্টি আছে। মোৰ দেউতা ৰমেশ দাস এজন ভাৰত চৰকাৰৰ অধীনৰ ডাক বিভাগৰ কৰ্মচাৰী আৰু ৰীনা দাস এগৰাকী গৃহিণী। মোৰ ভন্টি কৃষ্ণা দাস বৰ্তমান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ব্যৱহাৰিক অভিযান্ত্ৰিক পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে।
শিক্ষা
মই ডিব্ৰুগড়ৰ পল্টন বজাৰ প্ৰথমিক বিদ্যালয়ত প্ৰথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত গ্ৰেহেম বজাৰ ল'ৰাৰ মধ্য ইংৰাজী বিদ্যালয়ত মজলীয়া শিক্ষা আৰু ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ত উচ্চ মাধ্যমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত মই বৈৰাগীমঠজ্ঞান বিজ্ঞান একাডেমীৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰোঁ। তাৰপিছত মই যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা অণুবিদ্যুৎ আৰু দুৰসংযোগ অভিযান্ত্ৰিক বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰোঁ।

Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত '৩ বছৰ, ১১ মাহ, আৰু ১৫ দিন ধৰি আছে।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
Search user languages
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা

এইটো বিশ্বকোষৰ প্ৰবন্ধ নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাখন দেখা পায় তেন্তে সেয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাখন যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহবও পাৰে। মূল ব্যৱহাৰকাৰীসকলৰ তালিকাখন তলৰ লিংকত পাব:
সক্ৰিয় ব্যৱহাৰকাৰীসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যন