ৱিকিপিডিয়া:প্ৰুভ ইট্‌

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:ProveIt GTৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰুভ ইট্‌ (ProveIt) হৈছে একপ্ৰকাৰৰ সদস্য স্ক্ৰিপ্ট যি ৱিকিপিডিয়া প্ৰবন্ধত তথ্যউৎস বিচৰা, সম্পাদনা কৰা,যোগ কৰা আৰু উদ্ধৃতি দিয়াত সহজ কৰি তোলে।