সদস্য:Saurabhsaha/TwinkleMobile

অসমীয়া ৱিকিপিডিয়াৰ পৰা

টুইংকল ম’বাইল (উৎস ক'ড) টুইংকল গেজেটৰ প্ৰথমবাৰৰ বাবে মোবাইল সংস্কৰণ নিৰ্মাণ কৰা User:P.T.Đৰ মূল ক'ডটো অসমীয়া ৱিকিপিডিয়াৰ লগত খাপ খুৱাই পুনৰ লিখা হৈছে। এই লিপিত মূল Twinkle ৰ সকলো বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে। ইনষ্টল কৰিবলৈ আপোনাৰ /minerva.js পৃষ্ঠাত {{subst:lusc|1=সদস্য:Saurabhsaha/TwinkleMobile.js}} লিখি সংৰক্ষণ কৰক।

যদি কিবা সমস্যা দেখা পায় ইয়াত ৰিপৰ্ট কৰক