সদস্য:Saurabhsaha/blank

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ, মোৰ ৱিকিপিডিয়া প্ৰোফাইললৈ আপোনাক স্বাগতম জনাইছো। মোৰ নাম সৌৰভ সাহা। মই অসমৰ নগাঁওৰ বাসিন্দা। মই ৱিকিপিডিয়াৰ বিভিন্ন ভাষাত যেনে ইংৰাজী,হিন্দী,বাংলা,অসমীয়া,সংস্কৃত,ভোজপুৰী আদি ভাষাত সম্পাদনা কৰো।