সমললৈ যাওক

সৌম্য সৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সৌম্যা সৰকাৰৰ পৰা পুনঃনিৰ্দেশিত)
সৌম্য সৰকাৰ
{{{imagealt}}}
সৌম্য ২০১৮ চনত
ব্যক্তিগত তথ্য
জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৯৩ (৩১ বছৰ)
বাংলাদেশ
বেটিং শৈলী বাওঁহাত
বলিং শৈলী medium-fast
ভূমিকা Opening batter
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল বাংলাদেশ
টেষ্ট অভিষেক (কেপ ৭৬) ২৮ এপ্ৰিল ২০১৫ বনাম পাকিস্তান
অন্তিম টেষ্ট ১১ ফেব্ৰুৱাৰী ২০২১ বনাম ৱেষ্ট ইণ্ডিজ
অ'ডিআই অভিষেক (কেপ ১১৫) ১ ডিচেম্বৰ ২০১৪ বনাম জিম্বাৱে
অন্তিম অ'ডিআই ১৮ মাৰ্চ ২০২৪ v শ্ৰীলংকা
অ'ডিআই চোলা নং. ৫৯ (আগতে ১১)
টি২০ অভিষেক (কেপ ৪৫) ২৪ এপ্ৰিল ২০১৫ বনাম পাকিস্তান
অন্তিম আন্তৰ্জাতিক টি২০ ২৫ জুন ২০২৪ বনাম Afghanistan
টি২০ চোলা নং. ৫৯
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০১৫-২০১৮ South Zone
২০১২ Duronto Rajshahi
২০১৩ Dhaka Gladiators
২০১৫-১৬ Rangpur Riders
২০১৭ Chittagong Vikings
২০১৮–বৰ্তমান Kandahar Knights
২০১৯ Rajshahi Kings
২০১৯-২০২০ Cumilla Warriors
২০২০ Central Zone
2024 Fortune Barishal
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা Test ODI T20I FC
মুঠ খেল ১৬ ৬৬ ৭৩ ৮৯
ৰাণ ৮৩১ ১৯৪১ ১২৩৪ ৪৬৫৪
বেটিং গড় ২৭.৭০ ৩৩.৪৬ ১৭.৬২ ৩২.০৯
শতক/অৰ্ধশতক ১/৪ ৩/১১ ০/৫ ৫/২৯
সৰ্বোচ্চ ৰাণ ১৪৯ ১৬৯ ৬৮ ১৫০
বল ৫০৮ ৪৮৪ ২৬৪ ৪৩২৩
উইকেট ১৪ ১১ ৭০
বলিং গড় ৮৪.০০ ৩৪.৫০ ৩৭.৯০ ৩৩.৬৮
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ২/৬৮ ৩/১৮ ২/১৯ ৫/৩৪
কেচ্চ/ষ্টাম্পিং ২৩/– ৩৫/– ৩৭/– ৬৯/–
উৎস: http://www.espncricinfo.com/bangladesh/content/player/436677.html ESPN Cricinfo, 27 December 2023 {{{year}}}

সৌম্য সৰকাৰ(ইংৰাজী: Soumya Sarkar; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৯৩) এজন বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যমীয়া-বেগী বলাৰ; যি মূলতঃ অপেনিং বেটছমেন হিচাপে পৰিচিত। টি-২০ বিশ্বকাপৰ মেচত প্ৰথম অভাৰত ২ ছয় কৰা একমাত্ৰ বেটছমেন আৰু এদিনীয়া ইনিংছত বাংলাদেশৰ হৈ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত ৰাণ সংগ্ৰহকাৰী বেটছমেন। সৰকাৰে কুমিলা ৱাৰিয়ৰ্ছৰ হৈ বাংলাদেশ প্ৰিমিয়াৰ লীগ, খুলনা বিভাগ ৰাষ্ট্ৰীয় ক্ৰিকেট লীগ আৰু ঢাকা প্ৰিমিয়াৰ ডিভিজনপ্ৰাইম বেংক ক্ৰিকেট ক্লাববাংলাদেশ প্ৰিমিয়াৰ লীগ ড্ৰাফটত তেওঁক ঢাকা ডমিনেটৰছ দ্বাৰা ড্ৰাফট কৰা হৈছে। তেওঁ ক্ৰিকেটৰ "পেৰিস্কোপ শ্বট"ৰ উদ্ভাৱক।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সৰকাৰৰ জন্ম হৈছিল সতখিৰা, বাংলাদেশৰ এটি বঙালী হিন্দু পৰিয়ালত। তেওঁৰ নাম সৌম্য শান্তো সৰকাৰ আছিল যদিও পিছলৈ তেওঁৰ নামৰ পৰা ‘শান্ত’ শব্দটো বাদ পৰিল। ২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত সৰকাৰে দীৰ্ঘদিনীয়া প্ৰেমিকা প্ৰিয়ন্তী দেৱনাথ পূজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1]

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৩ চনৰ নৱেম্বৰ মাহত সৰকাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এককালীন খেলৰ বাবে বাংলাদেশৰ টি-২০ দলত অন্তৰ্ভুক্ত হৈছিল যদিও চূড়ান্ত একাদশত স্থান নাপালে।[2] ২০১৪ চনত জিম্বাৱেৰ বিৰুদ্ধে বাংলাদেশৰ ঘৰুৱা শৃংখলাৰ বাবে সৰকাৰক দলত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০১৪ চনৰ ১ ডিচেম্বৰত বাংলাদেশৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিষেক আৰম্ভ কৰে।[3][4] সৰকাৰে ২০১৫ ক্ৰিকেট বিশ্বকাপ বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ মহম্মদ কাইফ আৰু উমৰ আকমলৰ দৰে বিশ্বকাপৰ এখন খেলত সৰ্বাধিক কেচ ধৰাৰ অভিলেখ সৃষ্টি কৰে।[5] সৰকাৰে ২০১৫ চনৰ এপ্ৰিল মাহত বাংলাদেশৰ হৈ পাকিস্তানৰ বিৰুদ্ধে সুন্দৰ খেল প্ৰদৰ্শন কৰে।[1] তেওঁ ২০১৫ চনৰ এপ্ৰিল মাহত টেষ্টত পাকিস্তানৰ বিৰুদ্ধে ভাল খেল দেখুৱায়।[6][7][8] বাংলাদেশৰ ১০০ সংখ্যক টেষ্ট মেচতো সৰকাৰে খেলিছিল য’ত তেওঁলোকে নিজৰ ঘৰুৱা মাটিত শ্ৰীলংকাক পৰাস্ত কৰিছিল।[9][10][11][12] সেই ঐতিহাসিক টেষ্ট মেচখনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথম ইনিংছত ৬১ ৰান সংগ্ৰহ কৰিছিল আৰু ৫টা কেচ ধৰিছিল। যিটো বাংলাদেশৰ হৈ যিকোনো খেলুৱৈয়ে এখন টেষ্ট মেচত সৰ্বাধিক কেচ ধৰিছিল। ২০১৯ চনত সৰকাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে Seddon Park ত প্ৰথম টেষ্ট শতক অৰ্জন কৰি তামিম ইকবালৰ সমান অভিলেখ কৰে।[13][14] ২০২১ চনৰ জুলাই মাহত জিম্বাবুৱেৰ বিৰুদ্ধে খেলা টি-২০ দলত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়।[15] প্ৰথম টি-২০ এদিনীয়া ক্ৰিকেটত তেওঁ ১০০০ সংখ্যক টি-২০ ৰান সংগ্ৰহ কৰি ১০০০ টি-২০ ৰান কৰা মাত্ৰ পঞ্চমজন বাংলাদেশী বেটছমেন হিচাপে পৰিগণিত হয়। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক আইচিচি টি২০ পুৰুষ বিশ্বকাপ (2021 ICC Men's T20 World Cup) বাংলাদেশ দলত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়।[16] [17]২০২৩ চনৰ ডিচেম্বৰ মাহত নিউজিলেণ্ড ভ্ৰমণ সৰকাৰে সুন্দৰ খেল প্ৰদৰ্শন কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Pakistan tour of Bangladesh, Only T20I: Bangladesh v Pakistan at Dhaka, Apr 24, 2015". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/858491.html। আহৰণ কৰা হৈছে: 24 April 2015. 
  2. "Zimbabwe tour of Bangladesh, 5th ODI: Bangladesh v Zimbabwe at Dhaka, Dec 1, 2014". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/760795.html। আহৰণ কৰা হৈছে: 1 December 2014. 
  3. "Bangladesh Squad". ESPNcricinfo. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/squad/816431.html। আহৰণ কৰা হৈছে: 24 April 2015. 
  4. "ICC ODI Championship Batting Rankings". LGICCRANKINGS.COM. http://www.lgiccrankings.com/ranking/odi/batting/। আহৰণ কৰা হৈছে: 3 September 2015. 
  5. type=trophy "Cricket Records | Records | World Cup | Most catches in an innings | ESPNcricinfo". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/records/fielding/most_catches_innings.html?id=12; type=trophy. 
  6. "Sarkar ton powers Bangladesh to 3–0". ESPN. http://www.espncricinfo.com/bangladesh-v-pakistan-2015/content/story/865085.html। আহৰণ কৰা হৈছে: 24 April 2015. 
  7. "Soumya Sarkar graduates to the next level – Cricket – ESPNcricinfo". ESPN. http://www.espncricinfo.com/bangladesh-v-pakistan-2015/content/story/865507.html। আহৰণ কৰা হৈছে: 24 April 2015. 
  8. "Pakistan tour of Bangladesh, 1st Test: Bangladesh v Pakistan at Khulna, Apr 28 – May 2, 2015". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/858493.html। আহৰণ কৰা হৈছে: 28 April 2015. 
  9. id=25; type=team "Cricket Records | Records | Bangladesh | Test matches | Most catches in a match | ESPNcricinfo". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/records/fielding/most_catches_match.html?class=1; id=25; type=team. 
  10. "2nd Test: Sri Lanka v Bangladesh at Colombo (PSS), Mar 15–19, 2017 | Cricket Scorecard | ESPNcricinfo". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1083445.html. 
  11. "Five things Bangladesh got right in Colombo" (en ভাষাত). ESPNcricinfo. http://www.espncricinfo.com/sri-lanka-v-bangladesh-2016-17/content/story/1088001.html. 
  12. id=25; type=team "Cricket Records | Records | Bangladesh | Test matches | Most catches in an innings | ESPNcricinfo". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/records/fielding/most_catches_innings.html?class=1; id=25; type=team. 
  13. Karthik Krishnaswamy. "New Zealand wrap up victory after defiant tons from Soumya Sarkar and Mahmudullah". ESPNCricinfo. http://www.espncricinfo.com/series/18805/report/1153847/day/4/new-zealand-vs-bangladesh-1st-test-bangladesh-in-nz-2018-19। আহৰণ কৰা হৈছে: 28 February 2019. 
  14. Mohammad Isam. "'My aim was to survive' - Soumya Sarkar makes a statement, finally". ESPNCricinfo. http://www.espncricinfo.com/story/_/id/26125404/my-aim-was-survive-soumya-sarkar-makes-statement-finally। আহৰণ কৰা হৈছে: 28 February 2019. 
  15. "Bangladesh Cricket Team Records & Stats | ESPNcricinfo.com". Cricinfo. https://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=3&id=25&type=team। আহৰণ কৰা হৈছে: 2021-07-22. 
  16. "No surprises as Bangladesh name Mahmudullah-led squad for T20 World Cup". ESPN Cricinfo. https://www.espncricinfo.com/story/t20-world-cup-2021-bangladesh-squad-no-surprises-mahmudullah-captain-shakib-mushfiqur-rahim-in-1276979। আহৰণ কৰা হৈছে: 9 September 2021. 
  17. "Soumya Sarkar and Shoriful Islam added to Bangladesh T20 World Cup squad" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/t20-world-cup-2022-soumya-sarkar-and-shoriful-islam-added-to-bangladesh-squad-1339982। আহৰণ কৰা হৈছে: 2023-12-20.