হেমেন হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হোমেন হাজৰিকাৰ পৰা পুনঃনিৰ্দেশিত)
হেমেন হাজৰিকা

হোমেন হাজৰিকা (ইংৰাজী: humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ | [1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

উত্তৰ গোৱাহাটীৰ ৰজাদুৱাৰত ১৯২৬ চনত জন্ম লাভ কৰে | [2]

শিক্ষা[সম্পাদনা কৰক]

চাকৰি জীৱন[সম্পাদনা কৰক]

সাহিত্যৰাজি[সম্পাদনা কৰক]

হোমেন হাজৰিকাই গাঁৱলীয়া জীৱনৰ বিহু আৰু বনগীতৰ ৰচনা কৰে |তেওঁ সংগীত পৰিচালনা কৰা একমাত্ত ছৱিখন হৈছে দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত ৰাংধালী (১৯৭৯) | এই ছবিৰ ´ৰিং মাৰি শুনিলোঁ `,´ জাক জাক জাকৈয়া ছোৱালী`,´আকাশে নামিলে বেলা` আদি অতি জনপ্ৰিয় গীতবোৰৰ ৰচয়িতাও হাজৰিকা |[3]

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

সৃষ্টিশীল গ্ৰন্থ[সম্পাদনা কৰক]

যেনে প্ৰবন্ধ সংকলন, কবিতা, গল্প, উপন্যাস আদি

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কথা বৰেণ্য১০০,শোণিত বিজয় দাস আৰু মুনীন বায়ন,পৃষ্ঠা নং২৮৮
  2. কথা বৰেণ্য১০০,শোণিত বিজয় দাস আৰু মুনীন বায়ন,পৃষ্ঠা নং২৮৮
  3. কথা বৰেণ্য১০০,শোণিত বিজয় দাস আৰু মুনীন বায়ন,পৃষ্ঠা নং২৮৮