ৱিকিপিডিয়া:প্ৰবন্ধ সঁজুলি
(ৱিকিপিডিয়া:Article wizardৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
পাতনি
বিষয়
উল্লেখযোগ্যতা
উৎস
সমল
সামৰণি
ৱিকিপিডিয়া প্ৰবন্ধ সঁজুলিলৈ আদৰণি জনাইছোঁ!
এই সঁজুলিয়ে আপোনাক ৱিকিপিডিয়াত নতুন প্ৰবন্ধ এটা লিখাত সহায় কৰিব। যিকোনো সহায়ৰ বাবে ৰাইজৰ চ'ৰা বা সাহায্য কেন্দ্ৰলৈ যাওক, বা সোঁফালে ওপৰত থকা Live Help Chat লিংকত ক্লিক কৰক। ৱিকিপিডিয়ানসকল স্বেচ্ছাসেৱীহে, গতিকে সহায় বিচৰাৰ পূৰ্বে ইতিমধ্যে উপলব্ধ লিখিত নিৰ্দেশনা বিচাৰিবলৈ নাপাহৰিব।
আপুনি প্ৰবন্ধ এটা সৃষ্টি কৰিবলৈ সাজুনে?
আপোনাৰ প্ৰথম প্ৰবন্ধ সৃষ্টি কৰাৰ পূৰ্বে ইতিমধ্যে থকা কিছুমান প্ৰবন্ধ সম্পাদনা কৰা উচিত। তথ্যউৎসৰ উল্লেখ নকৰা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা টুটে। তথ্যউৎস দিবলৈ শিকি ল'লে আপোনাৰ সফলতাৰ হাৰ বাঢ়িব। সম্পাদনাৰ প্ৰাথমিক তথ্যৰ বাবে এই সহায়িকা চাওক। |
আপুনি আৰম্ভ কৰাৰ সম্পাদনাৰ কিছুমান প্ৰাথমিক উপাদানৰ সৈতে পৰিচিত হৈ লোৱা উচিত যি আপোনাক সৰু-সুৰা ভুল এৰাই চলাত সহায় কৰিব।
সাঁচ:Article wizard/button2 সাঁচ:Article wizard/button2