বৰ্গক্ষেত্ৰ
অৱয়ব
(▪ৰ পৰা পুনঃনিৰ্দেশিত)
বৰ্গ | |
---|---|
A square is a regular quadrilateral. | |
বাহু আৰু শীৰ্ষ | 4 |
Schläfli symbol | {4} |
Coxeter–Dynkin diagrams | |
Symmetry group | Dihedral (D4) |
ক্ষেত্ৰফল | t2 (with t = edge length) |
আন্তঃকোণ (ডিগ্ৰী) | 90° |
Dual polygon | dual polygon of this shape |
বৈশিষ্ট | convex, cyclic, equilateral, isogonal, isotoxal |
বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।
গাণিতিক ধৰ্ম
[সম্পাদনা কৰক]- পৰিসীমা
- কালি বা ক্ষেত্ৰফল
- এটা বাহুৰ দৈৰ্ঘ্য
অন্যান্য
[সম্পাদনা কৰক]- কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে
- এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ (প্ৰায় ২.২২) গুন।
- কোনো বৰ্গক্ষেত্ৰৰ অন্তঃবৃত্তৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ (প্ৰায় ০.৭৯) গুন।
- সমান পৰিসীমাৰ অন্য চতুৰ্ভুজতকৈ বৰ্গক্ষেত্ৰৰ কালি বেছি।
অ-ইউক্লিডীয় জ্যামিতি
[সম্পাদনা কৰক]অ-ইউক্লিডীয় জ্যামিতিত বৰ্গক্ষেতত্ৰ হৈছে চাৰিডাল বাহুবিশিষ্ট সুসম (সমান আন্তঃকোণ বিশিষ্ট) চতুৰ্ভুজ। গোলকীয় জ্যামিতিত (spherical geometry) চাৰিডাল মহাবৃতাংশৰে (great circle arc) আবৰা সমান আন্তঃকোণ বিশিষ্ট বহুভুজ। অতিগোলকীয় জ্যামিতিত (:en:hyperbolic geometry|hyperbolic geometry]]) বৰ্গক্ষেত্ৰ নাই। Examples:
Six squares can tile the sphere with 3 squares around each vertex and 120 degree internal angles. This is called a spherical cube. The Schläfli symbol is {4,3}. |
Squares can tile the Euclidean plane with 4 around each vertex, with each square having an internal angle of 90 degrees. The Schläfli symbol is {4,4}. |
Squares can tile the Hyperbolic plane with 5 around each vertex, with each square having 72 degree internal angles. The Schläfli symbol is {4,5}. |
গ্ৰাফ থিয়'ৰি
[সম্পাদনা কৰক]গ্ৰাফ থিয়ৰিত K4 সম্পূৰ্ণ গ্ৰাফ সকলো শীৰ্ষবিন্দু ৰেখাৰে সংযোগ কৰি অংকিত এটা বৰ্গক্ষেত্ৰৰ দ্বাৰা দৰ্শোৱা হয়। এটা সুসম চতুৰ্ফলকৰ সমান্তৰাল প্ৰক্ষেপনকো ইয়াৰ দ্বাৰা সূচাব পাৰি।
3-simplex (3D) |
বহিঃসংযোগ
[সম্পাদনা কৰক]- Triangle with two squares by Antonio Gutierrez from "Geometry Step by Step from the Land of the Incas"
- স্কোৱেৰ (বৰ্গক্ষেত্ৰ) ম্যাথৱৰ্ল্ড ৱেবচাইটৰ পৰা।
|