মৌলবাদ
অৱয়ব
(Fundamentalismৰ পৰা পুনঃনিৰ্দেশিত)
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মৌলবাদ (ইংৰাজী: Fundamentalism) হৈছে কঠোৰ ধৰ্মীয় মতবাদসমূহক অনুসৰণ কৰাৰ চাহিদা; যি সাধাৰণতে উদাৰ ধৰ্মতত্ত্বেৰ বিৰুদ্ধে এক প্ৰতিক্ৰিয়াক বুজায়।[1] এই শব্দটো ইংৰাজী ফাণ্ডামেণ্টালিজম শব্দেৰ অনুবাদ। মৌলবাদ শব্দটোৰ সাধাৰণ অন্য অৰ্থ হ'ল মূলজাত। ইয়াত মূল শব্দৰ দ্বাৰা ধৰ্মক বুজোৱা হৈছে। অৰ্থাৎ আদি কালৰ পৰাই এই ধাৰণাটো ধৰ্মৰ লগত সংযুক্ত হৈ আছে। মৌলবাদীসকলে আক্ষৰিক অৰ্থত ধৰ্মৰ সকলো কথাই গ্ৰহণ কৰে। মৌলবাদ বা Fundamentalism শব্দটি সৰ্বপ্ৰথম ১৯২২ চনত আমেৰিকাত ব্যৱহৃত কৰা হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ George M. Marsden, "Fundamentalism and American Culture", (1980)pp 4-5