ভৌগোলিক স্থানাঙ্ক প্ৰণালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Geographic coordinate systemৰ পৰা পুনঃনিৰ্দেশিত)


দ্ৰাঘিমা ৰেখাবোৰ ভূমধ্য ৰেখাৰ লম্বভাৱে আৰু অক্ষ ৰেখাবোৰ সমান্তৰালভাৱে থাকে।

ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায়। স্থানাংকত সাধাৰণতে অক্ষাংশ, দ্ৰাঘিমাংশ আৰু সমূদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ব্যৱহাৰ কৰা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. A Guide to coordinate systems in Great Britain v1.7 October 2007 D00659 accessed 14.4.2008