সমধ্বনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Homophoneৰ পৰা পুনঃনিৰ্দেশিত)


ভেনচিত্ৰত সমধ্বনি (নীলা) আৰু সম্পৰ্কিত ভাষাগত ধাৰণাৰ মাজৰ সম্পৰ্ক দেখুওৱা হৈছে।

সমধ্বনি বা হোমোফোন (ইংৰাজী: Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়।[1][2] দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷

অন্য ধৰণে বানান কৰা সমধ্বনিবোৰক হেটেৰোগ্ৰাফ বুলিও কোৱা হয়৷ যেনে- to, too আৰু two ইত্যাদি৷[1]

ব্যুৎপত্তি[সম্পাদনা কৰক]

"Homophone" (হোমোফোন) শব্দটো গ্ৰীক শব্দ homo- (ὁμο‑), 'সম', আৰু phōnḗ (φωνή), 'ধ্বনি'ৰ পৰা উদ্ভৱ হৈছে।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]