সমললৈ যাওক

ইণ্টাৰনেট মুভি ডাটাবেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(IMDbৰ পৰা পুনঃনিৰ্দেশিত)
ইণ্টাৰনেট মুভি ডাটাবেছ (IMDb)
IMDB Logo 2016.svg
ইউ আৰ এল www.imdb.com
বাণিজ্যক হয়
প্ৰকাৰ চলচ্চিত্ৰ, দূৰদৰ্শন আৰু ভিডিঅ’ গেমৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল
পঞ্জীয়ন ঐচ্ছিক
ভাষা ইংৰাজী
স্বত্বাধিকাৰী আমাজন
সৃষ্টিকৰ্তা কোল নীধাম (CEO)
মুকলি ১৭ অক্টোবৰ ১৯৯০; ৩৩ বছৰ আগত (1990-10-17)
এলেক্সা স্থান decrease ৬০ (ফেব্ৰুৱাৰী ২০২০)[1]
বৰ্তমান স্থিতি সক্ৰিয়

ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলভ্য এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "imdb.com Competitive Analysis, Marketing Mix and Traffic - Alexa". www.alexa.com. Archived from the original on 21 October 2019. https://web.archive.org/web/20191021003318/https://www.alexa.com/siteinfo/imdb.com। আহৰণ কৰা হৈছে: 11 February 2020. 
  2. "News Release". PR Newswire Europe Ltd.. http://www.prnewswire.co.uk/cgi/news/release?id=37602। আহৰণ কৰা হৈছে: 2007-01-15. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]