মিডিয়াৱিকি:Gadgets-prefstext

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপুনি এই একাউণ্টত সক্ৰিয় কৰিব পৰা বিশেষ গেজেটসমূহৰ তালিকা তলত দিয়া হ'ল। এই গেজেটসমূহৰ বেছিভাগ জাভাস্ক্ৰিপ্ট ভিত্তিক, গতিকে সেইবোৰে কাম কৰিবলৈ আপোনাৰ ব্ৰাউজাৰৰ জাভাস্ক্ৰিপ্ট সক্ৰিয় হৈ থাকিব লাগিব। মন কৰিব যে এই পছন্দ পৃষ্ঠাত গেজেটসমূহে কোনো প্ৰভাৱ নেপেলায়।

লগতে মন কৰিব যে এই বিশেষ গেজেটসমূহ মিডিয়াৱিকি ছফ্টৱেৰৰ অংশ নহয়, আৰু সাধাৰণতে এইবোৰ আপোনাৰ স্থানীয় ৱিকিত সদস্যসকলে বিকাশ আৰু চোৱাচিতা কৰে। স্থানীয় ইণ্টাৰফেইচ প্ৰশাসকসকলে উপলব্ধ গেজেটসমূহৰ সংজ্ঞা সম্পাদনা কৰিব পাৰে আৰু স্থানীয় প্ৰশাসকসকলে বিৱৰণ সম্পাদনা কৰিব পাৰে, আনহাতে আপুনি সকলো গেজেটৰ উৎস সংকেত চাব পাৰে। এই ৱিকিৰ প্ৰতিটো গেজেটৰ ব্যৱহাৰকাৰীৰ সংখ্যা গেজেট ব্যৱহাৰৰ পৰিসংখ্যা পৃষ্ঠাত পোৱা যাব।