চেভেন ছ'চিয়েল চিনছ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Seven Social Sinsৰ পৰা পুনঃনিৰ্দেশিত)

চেভেন ছ'চিয়েল চিনছ্ বা সাত সামাজিক পাপ (ইংৰাজী: Seven Social Sins) হৈছে ফ্ৰেডেৰিক লুইছ ড'নাল্ডছনৰ এখন তালিকা যিখন মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯২৫ চনৰ ২২ অক্টোবৰত তেওঁৰ সাপ্তাহিক কাকত ইয়ং ইণ্ডিয়াত প্ৰকাশ কৰিছিল।[1] পিছলৈ তেওঁ এই একেখন তালিকা তেওঁৰ হত্যাৰ কিছু সময় পূৰ্বে তেওঁৰ নাতি অৰুণ গান্ধীক লিখিত আকাৰে দিছিল।[2] এই তালিকা অনুসৰি সাত পাপ হ'ল-

  • কাম অবিহনে ধন।
  • বিবেক অবিহনে আনন্দ।
  • চৰিত্ৰহীন জ্ঞান।
  • নৈতিকতা অবিহনে বাণিজ্য।
  • মানৱতা অবিহনে বিজ্ঞান।
  • ত্যাগৰ অবিহনে ধৰ্ম।
  • নীতিবিহীন ৰাজনীতি।

ইতিহাস আৰু প্ৰভাৱ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. The Collected Works of Mahatma Gandhi (electronic edition), Vol. 33, pp. 133-134. আই.এচ.বি.এন. 8123007353, আই.এচ.বি.এন. 9788123007359 OCLC 655798065
  2. Gandhi's "Seven Blunders of the World" That Lead to Violence . . . Plus 5 Archived September 15, 2006, at the Wayback Machine