সমললৈ যাওক

সদস্য:Deep Jyoti Choudhary

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষাক্ত প্ৰেমৰ শিকলি

বৰ অদ্ভুত বস্তু এই প্ৰেম..!

এই প্ৰেমতে ঘুৰিছে এই ভূ-মণ্ডল,

প্ৰেমতে ফুলিছে সতদল।

কিন্তু প্ৰেমৰ প্ৰকৃত অৰ্থ কেইজনে বুজি পায়॥


মইতো নিজেই নষ্ট প্ৰেমিক হৈ ঘুৰি ফুৰিছো।

কোনোৱা নিশা মাতাল হৈ ৰাস্তাৰ কোনত বাগৰি

সুৱৰিছো মোৰ অভিশপ্ত প্ৰেম কাহিনী..!

এই পৃথিৱীত যদি কোনোবাই মোক মোৰ দৰে ভাল

তেন্তে সিদিনাই চিঙি পেলাম এই বিষাক্ত প্ৰেমৰ শিকলি দাল..!

দুবাহুৰ সমস্ত জোৰেৰে আজুৰি আনিম মোৰ বুকুৰ

ভিতৰত ধপ্ ধপাই থকা কলিজাতো...!