অক্ষয় কুমাৰ

ৱিকিউদ্ধৃতিৰ পৰা
অক্ষয় কুমাৰ

অক্ষয় কুমাৰ (জন্ম: ৰাজীৱ হৰি ওম ভাটিয়া; ৯ ছেপ্টেম্বৰ, ১৯৬৭) হৈছে এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক আৰু যুদ্ধ শিল্পী যিয়ে এশৰো অধিক হিন্দী ছবিত অভিনয় কৰিছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • পৰিৱৰ্তন এজন ৰাজনীতিবিদৰ পৰা আহিব নোৱাৰে, আমাৰ প্ৰত্যেকৰে পৰা আহিব লাগিব আৰু কেৱল আজিৰ বাবে নহয়...এয়া ক্ৰমাগত এক প্ৰক্ৰিয়া। আহক আমি দায়বদ্ধ হওঁ আৰু ইয়াৰ দিশত কাম কৰোঁ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: