আলজেৰিয়া
অৱয়ব
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/77/Flag_of_Algeria.svg/220px-Flag_of_Algeria.svg.png)
আলজেৰিয়া, আনুষ্ঠানিকভাৱে আলজেৰিয়া গণতান্ত্ৰিক গণৰাজ্য, উত্তৰ আফ্ৰিকাৰ এখন আৰব দেশ। আলজেৰিয়া ভু-ক্ষেত্ৰৰ দিশত পৃথিৱীৰ দশম সৰ্ববৃহৎ আৰু আৰব আৰু আফ্ৰিকাৰ দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰ। আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্চ।
নামকৰণ[সম্পাদনা কৰক]
আলজেৰিয়া নামটো ৰাজধানী আলজিয়াৰ্চৰ পৰা অহা, যাৰ নাম আৰবী শব্দ আল-জাজাইৰৰ পৰা অহা। আল-জাজাইৰৰৰ অৰ্থ দ্বীপ।[1][পৃষ্ঠা নং প্ৰয়োজন][2]