অসমীয়া: দেৰগাঁও মৌজাৰ ৰাজহ গাঁও ফেটাগাঁৱৰ বৰা চুবুৰীৰ নিবাসী অমলেন্দ্ৰ বৰাৰ নিপুন হাতৰ পৰশত গুৰুজনাৰ অপূৰ্ব সৃষ্টি গুৰুআসন ৷ মাজুলীৰ কণা পাচনি নামৰ এজন বৃদ্ধৰ পৰা আওপুৰণি হেঙুল-হাইতালৰ ব্যৱহাৰ আহৰণ কৰি বৰ্তমানেও ধৰি ৰখাৰ প্ৰয়াসেৰে এই কাম অব্যাহত ৰাখিছে।সিংহাসন বা গুৰু আসন নামঘৰৰ এক অবিচ্ছেদ্য অংগ। কীৰ্তনঘৰৰ পূৰ্বদিশৰ মণিকূটত সিংহাসন পশ্চিমমুৱাকৈ থাকে।
English: From vision to reality, Amalendra Borah's artistic expertise transforms raw materials into a breathtaking creation, a pride of Feta Gaon and Deragaon Mouza, Source:Amalendra Borah
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।