সদস্য:পৰাগ জ্যোতি লস্কৰ/পেটেণ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পেটেণ্টৰ পৰা পুনঃনিৰ্দেশিত)


পেটেন্ট হৈছে -- নতুন কিবা উদ্ভাৱন কৰিলে চৰকাৰীভাৱে উদ্ভাৱন কৰা বস্তুটো/যন্ত্ৰটো উদ্ভাৱক স্বীকৃতি দিয়া এটা সংস্থা । উদ্ভাৱকে নিজৰ উদ্ভাৱন কৰা বস্তুটোৰ বিষয়ে এই পেটেন্ট সংস্থা ওচৰত পন্জীয়ন কৰিব লাগে ।