বাৰ্তা:সময়
প্ৰণৱ, তুমি ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰি আছা যদি তাত থকা <ref>....</ref> লিখা তথ্যসূত্ৰ শাৰীবোৰ আঁতৰাই নিদিবা। Gitartha.bordoloi 06:35, 31 ডিচেম্বৰ 2011 (UTC)
আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ, গীতাৰ্থ। প্ৰসংগসমূহ মই নিশ্চয় অন্তৰ্ভূক্ত কৰিম। pranabnlp