ইথান'ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইথান'ল /ˈɛθənɒl/, (ইংৰাজী: Ethanol; সাধাৰণতে প্ৰায়ে ethyl alcohol, drinking alcohol, বা চমুকৈ alcohol বুলিও কোৱা হয়।) হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান এলক'হল, ইষ্টৰ দ্বাৰা শৰ্কৰাকিন্বনৰ ফলত উৎপাদিত হয়। ই এক প্ৰকাৰৰ নিউৰ'টক্সিক[1][2] চাইক'এক্টিভ দ্ৰাগ আৰু মানহে অতীজৰে পৰা ব্যৱহাৰ কৰা ৰিক্ৰিয়েশ্বনেল দ্ৰাগ। ইয়াৰ মাত্ৰাধিক পানৰ ফলক এলক'হল বিষক্ৰিয়া হ'ব পাৰে।

ইথান'ল হৈছে এক প্ৰকাৰৰ পৰিবৰ্তনশীল, জলনক্ষম, সামান্য গন্ধযুক্ত বৰণহীন তৰল। ইয়াক এণ্টিচেপ্টিক, দ্ৰাৱক, আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ নিম্ন শীতলীভৱন গুণৰ বাবে মাৰ্কাৰী যুক্ত থাৰ্ম'মিটাৰ আবিস্কাৰ হোৱাৰ পূৰ্বতে থাৰ্ম'মিটাৰতো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ গাঠনিক সংযুতি হৈছে, CH3CH2OH, চুটিকৈ প্ৰায়ে C2H5OH, C
2
H
6
O
বা EtOH ৰূপতো লিখা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "10th Special Report to the U.S. Congress on Alcohol and Health: Highlights from Current Research". National Institute on Alcohol Abuse and AlcoholismNational Institute of Health. June 2000. পৃষ্ঠা: 134. Archived from the original on 21 February 2016. https://web.archive.org/web/20160221181145/http://pubs.niaaa.nih.gov/publications/10report/chap02e.pdf। আহৰণ কৰা হৈছে: 21 October 2014. "The brain is a major target for the actions of alcohol, and heavy alcohol consumption has long been associated with brain damage. Studies clearly indicate that alcohol is neurotoxic, with direct effects on nerve cells. Chronic alcohol abusers are at additional risk for brain injury from related causes, such as poor nutrition, liver disease, and head trauma." 
  2. Brust, J. C. M. (2010). "Ethanol and Cognition: Indirect Effects, Neurotoxicity and Neuroprotection: A Review". International Journal of Environmental Research and Public Health খণ্ড 7 (4): 1540–57. doi:10.3390/ijerph7041540. PMID 20617045.