বুনিয়াদ
অৱয়ব
বুনিয়াদ | |
---|---|
শৈলী | ছ'প অপেৰা |
লিখক | মনোহৰ শ্যাম যোশী |
পৰিচালক | ৰমেশ চিপ্পী, জ্যোতি স্বৰূপ |
অভিনয়ত | আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ |
শীৰ্ষ সংগীত | "বুনিয়াদ", অনুপ জালোটাৰ দ্বাৰা |
দেশ | ভাৰত |
ভাষা | হিন্দী |
খণ্ডৰ সংখ্যা | 105 |
প্ৰযোজনা | |
প্ৰযোজক | অমিত খান্না |
সম্পাদক | এম.এছ. সিন্ধে |
চিত্ৰগ্ৰহণকাৰী | কে.কে. মহাজন |
সম্প্ৰচাৰ | |
মূল ছেনেল | ডিডি নেশ্যনেল |
দৃশ্যৰ ফৰমেট | 480i |
প্ৰদৰ্শনৰ সময় | মে' ১৯৮৬ | – মে' ১৯৮৭
বুনিয়াদ (আক্ষৰিক অৰ্থ-ভেটি (Foundation)) হৈছে এখনি ভাৰতীয় ধাৰাবাহিক৷ ধাৰাবাহিকখনৰ পৰিচালক হৈছে ৰমেশ চিপ্পী আৰু[1]জ্যোতি স্বৰূপ৷ এই ধাৰাবাহিকখনৰ কাহিনী লিখিছিল মনোহৰ শ্যাম যোশী৷ কাহিনীটোৰ কেন্দ্ৰীয় বিষয় আছিল ১৯৪৭ চনৰ ভাৰত বিভাজন আৰু ইয়াৰ পৰিণতি৷[2] ১৯৮৬ চনত পোনপ্ৰথমবাৰৰ বাবে বুনিয়াদ ৰাষ্ট্ৰীয় চেনেলযোগে সম্প্ৰচাৰিত হৈছিল৷ ডিডি মেট্ৰো আৰু শ্বাহাৰা ওৱানত পুনৰ ইয়াৰ সম্প্ৰচাৰ হয়৷[3]কাহিনীটোৱে ৰেখাপাত কৰা কালছোৱা হৈছে ১৯১৬-১৯৭৮৷ ধাৰাবাহিকত আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ, সুধীৰ পাণ্ডে, আশা শৰ্মা, আশা সচদেৱকে ধৰি অনেক কলাকাৰে অভিনয় কৰিছিল৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Venugopal, Vasudha (2016-07-26). "Director of hit TV drama Buniyaad, Ramesh Sippy, still not paid by Doordarshan". The Economic Times. https://economictimes.indiatimes.com/industry/media/entertainment/media/director-of-hit-tv-drama-buniyaad-ramesh-sippy-still-not-paid-by-doordarshan/articleshow/53388209.cms?from=mdr.
- ↑ "'Buniyaad' set to re-create the nostalgia of partition and popularity of old-world charm". Indian Television Dot Com. 25 July 2013. https://www.indiantelevision.com/headlines/y2k13/july/july120.php.
- ↑ "SaharaOne aims to tap Gen X with 'Buniyaad'". Indian Television Dot Com. 20 January 2006. https://www.indiantelevision.com/headlines/y2k6/jan/jan229.htm.