চিত্ৰ:কলং সূতি.jpeg
এই খচৰাৰ আকাৰ: 800 × 600 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 320 × 240 পিক্সেল | 640 × 480 পিক্সেল | 1,024 × 768 পিক্সেল | 1,280 × 960 পিক্সেল | 2,560 × 1,920 পিক্সেল | 3,264 × 2,448 পিক্সেল।
মূল ফাইল (3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.34 MB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ[সম্পাদনা কৰক]
বৰ্ণনা |
কলং সূতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ মাজেৰে বৈ গৈ আকৌ ব্ৰহ্মপুত্ৰ নদীতেই পৰিছেগৈ। কলঙৰ লগত অসমীয়াৰ তথা নগাওঁ বাসীৰ অতীজৰে পৰাই এটা সু-সৰ্ম্পক আছে। কলঙক লৈ বহু গীত, কবিতা ৰচনা হৈছে। এসময়ত কলঙৰ পাৰতেই বিহুৱা-নাচনীয়ে বিহু মাৰিছিল। বৰ্তমানৰ কলং বহু সলনি হৈছে, ব্ৰহ্মপুত্ৰৰ মুখত হাতীমৰা মাঠাউৰি মাৰি দিয়াৰে পৰাই কলঙৰ পানী কমি আহিবলৈ ধৰে। কোনো কোনো ঠাইত বৰ্তমান কলং মৃত প্ৰায় অৱস্থাৰ দৰে হৈ পৰিছে। |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৬ মে, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]
এই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 20:41, 26 May 2012 | 3,264 × 2,448 (3.34 MB) | নিতুল বৰা (আলোচনা | বৰঙণি) | == {{int:filedesc}} == {{Information |Description=কলং সূতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ মাজেৰে বৈ গৈ আকৌ... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই