চিত্ৰ:কোৰ.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(1,624 × 2,832 পিক্সেল, ফাইলৰ মাত্ৰা: 342 KB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

খেতিয়কৰ খেতি কামৰ বাবে আৰু ঘৰুৱা সৰু-সুৰা কামৰ বাবে ব্যৱহাৰ হয় কোৰ। কোৰ লোৰে নিৰ্মিত বহল চেপেটা আকাৰৰ, এটা ফালে নাল লগাব পৰাকৈ এটা ফুটা থাকে আৰু তাতেই কাঠ বা বাঁহৰ এটা ৩ ফুটমান দৈৰ্ঘ্যৰ নাল লগোৱা হয়। এটা ফালে চেপেটা অংশত পাতল আৰু ধাৰ দিয়া হয় যাতে সহজতে মাটি কাটিব পৰা যায়। পথাৰত আলিৰ পাৰ কাটিবলৈ, নাঙলেৰে বাব নোৱাৰা খেতিৰ মাটিৰ কোন বা চুকবোৰ চহাবলৈ কোৰ ব্যৱহাৰ কৰা হয়।

উৎস

নিজা কাম

তাৰিখ

২৮ এপ্ৰিল, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:28, 28 April 201220:28, 28 April 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি1,624 × 2,832 (342 KB)নিতুল বৰা (আলোচনা | বৰঙণি)

তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা