চিত্ৰ:খোল ২.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.67 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অংকিয়া ভাওনা, বৰগীত আদি পৰিবেশনৰ সময়ত ব্যৱহাৰ কৰা একমাত্ৰ বাদ্য হৈছে খোল। খোলৰ এটা মুৰ ডাঙৰ আৰু আনটো মুৰ সৰু, গাটো কাঠৰে তৈয়াৰী, দুইমুৰত জন্তুৰ ছাল লগাই বৰটিৰে বান্ধি টান কৰা থাকে। জন্তুৰ ছাল ওপৰত বজালে ভাল শব্দ ওলাবলৈ ঘুন বোলা এক বিশেষ লা গলাই প্ৰলেপ দিয়া হয় । খোল গায়ন-বায়ন, নাম প্ৰসঙ্গতো ব্যৱহাৰ হয়।

উৎস

নিজা কাম

তাৰিখ

২৯ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:12, 29 May 201220:12, 29 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.67 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অংকিয়া ভাওনা, বৰগীত আদি পৰিবেশনৰ সময়ত ব্যৱহা...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা