চিত্ৰ:জৈত খাম.jpeg
মূল ফাইল (552 × 751 পিক্সেল, ফাইলৰ মাত্ৰা: 32 KB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ[সম্পাদনা কৰক]
বিশ্বৰ আটাইতকৈ ওখ জৈতখাম-<গিৰৌদপুৰী ধাম>| যাৰ উচ্চতা ২৪৩ ফুট{কুতুব মিনাৰতকৈয়ো ওখ| সৎনাম ধৰ্মৰ প্ৰতীক হৈছে জৈতখাম>। প্ৰতি বছৰে ১৮ ডিচেম্বৰ তাৰিখে সৎনাম ধৰ্মৰ প্ৰৱৰ্তক <শ্ৰীশ্ৰীঘাসীদাস বাবাৰ জন্মদিনটো গুৰু জয়ন্তী উৎসৱ হিচাপে সৎনামী লোকসকলে পালন কৰে| ইয়াত সংলগ্ন গোটেই বছৰজুৰি শান্তিৰ বাৰ্তা বিয়পাই থকা বগা ৰঙৰ পতাকাখন পুৱা গাঁৱৰ মাহান্ত| ভাণ্ডাৰী| ছটিদাৰ আৰু পঞ্চৰ সহযোগত সলনি কৰি নতুন পতাকা আৰোহণ কৰা হয় আৰু দিনজুৰি পন্থী গীত, নৃত্য আৰু বিভিন্ন সামাজিক-সাংস্কৃতিক পৰিৱেশৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে সন্ধিয়া আৰতি মংগল কৰি সমাপন কৰা হয়। সমগ্ৰ ভাৰততে সৎনামী সকলে নিজৰ নিজৰ নামঘৰত গুৰু জয়ন্তী উৎসৱ উদযাপন কৰে। ছতীশগড়ৰ গিৰৌদপুৰত এই বিশাল আকৃতিৰ জৈতখামটো ভাৰতৰ ৰাষ্ট্ৰপতি| মহামহিম <শ্ৰীযুত ৰামনাথ কোবিন্দে> উদঘাটন কৰিছিল|
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 09:10, 30 December 2019 | 552 × 751 (32 KB) | Krishna Kure (আলোচনা | বৰঙণি) | সৎনাম ধৰ্মৰ প্ৰতীক হৈছে 'জৈতখাম'। প্ৰতি বছৰে ১৮ ডিচেম্বৰ তাৰিখে সৎনাম ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীশ্ৰীঘাসীদাস বাবাৰ জন্মদিনটো গুৰু জয়ন্তী উৎসৱ হিচাপে সৎনামী লোকসকলে পালন কৰে। ইয়াত সংলগ্ন গোটেই বছৰজুৰি শান্তিৰ বাৰ্তা বিয়পাই থকা বগা ৰঙৰ পতাকাখন পুৱা গাঁৱৰ মাহান্ত, ভাণ্ডাৰী, ছটিদাৰ আৰু পঞ্চৰ সহযোগত সলনি কৰি নতুন পতাকা আৰোহণ কৰা হয় আৰু দিনজুৰি পন্থী গীত, নৃত্য আৰু বিভিন্ন সামাজিক-সাংস্কৃতিক পৰিৱেশৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে সন্ধিয়া আৰতি মংগল কৰি সমাপন কৰা হয়। সমগ্ৰ ভাৰততে সৎনামী সকলে নিজৰ নিজৰ নামঘৰত... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে: