চিত্ৰ:পিতলৰ ডবা.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.04 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

সত্ৰৰ বহু বছৰীয়া পিতলৰ ডবা। ডবাটোৰ ডিমা অংশ সৰ্ম্পূণ পিতলৰে তৈয়াৰী। সন্মোখৰ অংশত জন্তুৰ বৃহত ছাল লগোৱা। কাঠৰ দীঘল মাৰিৰে ডবা বজোৱা হয়। প্ৰায় সকলো সত্ৰ আৰু নামঘৰত ডবা থকা দেখা য়ায়। সন্ধ্যা নামঘৰীয়াই সকলো নামঘৰতে চাকি বন্তি জ্বলাই ডবা বজাই। পাল নাম, দিহা নাম পৰিবেশনতো ডবা বজোৱা হয়।

উৎস

নিজা কাম

তাৰিখ

২৮ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান21:09, 28 May 201221:09, 28 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.04 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=সত্ৰৰ বহু বছৰীয়া পিতলৰ ডবা। ডবাটোৰ ডিমা অংশ সৰ্ম্পূণ পিতলৰে তৈয়াৰী। সন্ম�...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা