English: Jang Waterfall or Nuranang Falls (also known as Bong Bong Falls), some 100 metres high, is located in the Tawang district of Arunachal Pradesh, India. It is one of the most spectacular waterfalls in this part of the country, yet is unknown to many travelers.
অসমীয়া: জং জলপ্ৰপাত হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম। ইয়াক বং বং জলপ্ৰপাত বুলিও কোৱা হয়। ইয়াৰ উচ্চতা ১০০ মিটাৰ। ই দেশৰ এই অংশৰ আটাইতকৈ সৌন্দৰ্যশালী জলপ্ৰপাতবোৰৰ ভিতৰত এটা যদিও বহুতো ভ্ৰমণকাৰীৰে এই জলপ্ৰপাতটোৰ বিষয়ে নাজানে। এই জলপ্ৰপাতৰ কাষতে জং জলবিদ্যুৎ প্ৰকল্প আছে, য’ত স্থানীয় ব্যৱহাৰৰ বাবে বিদ্যুৎ উৎপাদিত হয়।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।